লুং-লুং কৰেলুংলুঙীয়া

লুংলুঙা (Assamese) [ Roman: lung.lu.nga]
Contributed by: Bikram M Baruah on 2008-02-04
1. (Verb-Trans.) to move one's fingers on a sensitive part of somebody's body to make them laugh হাঁহি উঠুৱাবলৈ কাৰোবাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে কাষলতি আদিত আঙুলিৰে (মিহিকৈ) সুৰসুৰাই দিয়া

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-25
2. (Verb-Intran.) to search for something stealthily লুকাই-চুৰকৈ বস্তু বিছাৰি ফুৰ্