লেচা-কানিলেচিয়া

লেচাৰ (Assamese) [ Roman: le.sar]
Contributed by: Anjali Sonowal on 2009-09-03
1. (Proper Adj.-Common) unable to work or act any more as energy has been spent already to do so. দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-27
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Noun) the act of swinging the arms when walking খোজ কাঢ়োঁতে হাত জোকৰা কাৰ্য্য
English: swing,
Assamese: লেচাৰ