লেপলেপীয়ালেপি

লেপা (Assamese) [ Roman: le.pa]
Contributed by: Partha P Sarmah on 2008-03-14
1. (Adjective Adj.) food, usually rice, boiled for long time in water that is more than necessary. জোখতকৈ অধিক পানী দি বেছি সময় সিজোৱা,অলপ থুপথুপীয়া হৈ থকা আহাৰ, সাধাৰণতে ভাত ৷ যেনে: ’হেৰা, আজি ভাতখিনি দেখোন অলপ লেপা হ’ল!’
Assamese: লেপা