শলাগ ল্শলাগনি

শলাগ-ধ্বনি (Assamese) [ Roman: xo.lag-dhwo.ni]
Contributed by: Anup Raj Hazarika on 2022-10-17
1. (Abstract Noun) To express happiness and gratitude for a favor. প্ৰশংসা জনোৱা বা ধন্যবাদ জনোৱা কাৰ্য্য৷ উদাহৰণ- কামটোৰ বাবে তেওঁ সাধুবাদৰ পাত্ৰ৷ মই তেওঁক সাধুবাদ জনাইছোঁ৷