শিক্ষাবিদশিক্ষাবৰ্ষ

শিক্ষাব্যৱস্থা (Assamese)
Contributed by: Mokora on 2021-07-25
1. (Abstract Noun) The collective system of various levels of schools, colleges, and universities facilitates the acquisition of knowledge, skills, values, morals, beliefs, habits, and personal development. বিভিন্ন স্তৰৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সামূহিক প্ৰণালী যি জ্ঞান, দক্ষতা, মূল্যবোধ, নৈতিকতা, বিশ্বাস, অভ্যাস আৰু ব্যক্তিগত বিকাশ আহৰণকৰাত সহায় কৰে৷