শিঙ্গৰাশিঙ্গৰি-ঘৰ

শিঙ্গৰি (Assamese) [ Roman: xi.ngo.ri]
alt: শিঙৰি, plc: -বিলাক, -বোৰ, dfc: -খিনি, -টো
Contributed by: archana rajbongshi on 2006-10-09
1. Fruits(Common Noun-Common) any aquatic plant of the genus Trapa, bearing an edible, nutlike fruit, esp. T. natans, of the Old World. শিঙৰি এবিধ জলজ উদ্ভিদ৷ ইয়াৰ কাণ্ড পানীত ওপঙি থাকে আৰু ফলবোৰ পানীৰ তলত বিকশিত হয়৷ শিঙৰিৰ ফলটো পূৰঠ হ’লে ক’লা ৰং হয় আৰু তাৰ ভিতৰত গাখীৰৰ দৰে অংশ পোৱা যায়৷ ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷