শিৱসাগৰশিৱাজী

শিৱসাগৰীয়া (Assamese) [ Roman: xi.wo.xa.go.ri.ya]
Contributed by: Partha P Sarmah on 2008-05-19
1. (Proper Adj.-Common) a person born and brought up(or lived for long time),in the district of Sibasagar,has acquired or learned the intrinsic features of that palce and exhibit them in his/her behaviour and work. শিৱসাগৰ জিলা বা নগৰৰ আশে পাশে বসবাস কৰা আৰু এই ঠাইৰ সুকীয়া বৈশিষ্ট, ভাষাৰ ঠাঁচ আদি আয়ত্ব কৰা,কথাই কামে এইবিলাক অসচেতন আৰু স্বয়ংক্ৰিয় ভাবে প্ৰকাশ কৰা লোক৷