শীততাপ নিয়ন্ত্ৰিতশীতময়ুখ

শীতনিদ্ৰা (Assamese) [ Roman: xi.to.ni.dra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-05
1. Zoology(Verbal Noun) (of some mammals, reptiles, and amphibians) the act of passing the winter in cose quarters in a dormant condition with metabolism greatly slowed down (কিছুমান স্তন্যপায়ী, সৰীসপ আৰু উভচৰ প্ৰাণীয়ে) শীতকাল চোৱা কোনো বন্ধ ঠাইত বা গাঁতত সুপ্ত অৱস্থাত কটোৱা কাৰ্য্য, যেতিয়া ইহঁতৰ হজমী প্ৰক্ৰিয়া অত্যন্ত স্তিমিত হৈ যায় ৷