শুভকৰশুভচিন্তক

শুভঙ্কৰ (Assamese) [ Roman: xu.bhong.kor]
alt: শুভংকৰ
Contributed by: Biraj Kumar Kakati on 2010-09-11
1. (Material Noun-Neuter) A person, animal, bird or thing that is supposed to bring good luck, especially one linked to a particular organization, team or event. কোনো সংস্থা, দল, প্ৰতিযোগিতা আদিয়ে শুভেচ্ছাৰ প্ৰতীক হিচাবে গ্ৰহণ কৰা ব্যক্তি, জন্তু, চৰাই বা আন কোনো বস্তু ৷