শেলাইশেলুকীয়া

শেলুক (Assamese) [ Roman: xe.luk]
Contributed by: ভগৎ লাল দত্ত (Bhagat Lal Dutta) on 2008-08-14
1. (Common Noun) an round edible tubular of some aquatic plants like water-lily, found in the paddy fields, has dark hair-like outer covering. জলজ উদ্ভিদ যেনে ভেঁট জাতীয় গছৰ ঘূৰণীয়া খাদ্য আলু| তামোলৰ গজালিৰ দৰে সোৱাদ| শীতকালত / খৰালি ভেঁট জাতীয় গছ ’শেলুক’ ৰ ৰূপত থাকে।
Assamese: শেলুক