শ্ৰীশ্ৰীদামোদৰদেৱশ্ৰীশ্ৰীশঙ্কৰদেৱ

শ্ৰীশ্ৰীমাধৱদেৱ (Assamese) [ Roman: si.ri.si.ri.ma.dhob.deb]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-05
1. PersonalitiesLiteratureEkasarana Dharma(Proper Noun-Masculine) SriSri Madhabdeva (1489-1596) is an important preceptor of the Mahapuruxiya Dharma known for his loyalty to his guru, Srimanta Sankardev as well as his artistic brilliance. Madhabdeva was born in 1489 in "Horixinga Borah Ujiror Tol" and later shifted to a new home on the bank of Letekupukhuri in Lakhimpur District of Assam. Letekupukhuri is situated between Narayanpur and Bihpuria of Lakhimpur District. Initially a sakta worshipper, he was converted to Mahapuruxiya Dharma by the Sankardev and became his most prominent disciple. He became the religious as well as artistic successor of Sankardeva after the later's death in 1568. He is known particularly for his book of hymns, the Naam Ghoxa, as well as a large selection of songs called Borgeets. মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, সেৱক তথা প্ৰধান সংগী মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ পিচৰ অসমীয়া মহাপুৰুষীয়া ধৰ্মৰ ধৰ্মাধিকাৰী ৷ কছাৰীৰ উপদ্ৰবত মাধৱদেৱৰ পিতৃ বৰকণাগিৰি ( মহোদৰ বা গোবিন্দ গিৰি ) নিজৰ ভাৰ্য্যাসহিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চুৰে নিয়ে ৷ এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পায় নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে ৷ এই হৰিশিঙা গিৰীৰ ঘৰতে 1489 চনত মাধৱদেৱৰ জন্ম হয় ৷ ইয়াতেই তেঁও ডাঙৰ-দীঘল হোৱাৰ পিছত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নামে ঠাইৰ লেটেকুপুখুৰিৰ পাৰতে নিজৰ পিতৃ-মাতৃসহ নিগাজিকৈ বাস কৰে ৷ প্ৰথম অৱস্থাত শাক্ত ধৰ্মৰ প্ৰতি আসক্ত আছিল যদিও শংকৰদেৱক লগ পোৱাৰ পিছত বৈষ্ণব ধৰ্মত নিজকে সমৰ্পণ কৰে ৷ তেঁওৰ প্ৰধান তত্ত্বমূলক বৈষ্ণৱ ধৰ্মৰ গ্ৰন্থ হ'ল "নামঘোষা" ৷ আনহাতে তেঁও একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদিও ৰচনা কৰে ৷