শৰাধাৰশৰাশ্ৰয়

শৰালি (Assamese) [ Roman: xo.ra.li]
plc: -জাক, -বিলাক, -বোৰ, dfc: -জনী, -টো
Contributed by: Biraj Kumar Kakati on 2007-12-23
1. Bird(Common Noun) Indian Whistling Ducks are available in India, Pakistan, South-East China and Taiwan through Indochina to Java. It is found to be maximum 40 cm height with 550 gram. It has fairly uniform plumage, chestnut upper tail coverts, inconspicuous yellow eye-ring. Juveniles are duller. Found on small bodies of shallow water with abundant marshy vegetation and surrounded by trees, used for roosting. It eats grasses, seeds and shoots of water weeds, but in contrast with other whistling-ducks, complemented with small molluscs, particularly freshwater snails. It starts breeding in the beginning of rainy season. Often in loose colonies, nest in trees, either in hollows or on disused nests of raptors or herons. It lays [b]7-12 eggs which are incubated for 26-30 days. Lesser whistling ducks are yet not endangered but still due to mass killing its population is decreasing in an alarming rate. শৰালি এবিধ পাতি হাঁহ জাতিৰ বনৰীয়া চৰাই ।
ভাৰত, পাকিস্তান, দক্ষিণ-পূৱ চীন, জাভাৰ পৰা টাইৱানলৈকে বিয়পি আছে । ইয়াৰ ওজন ৫৫০ গ্ৰাম আৰু খুব বেছি ৪০ ছে.মি. ওখ হোৱা দেখা যায় । ইয়াৰ গাৰ বৰণ মুগা আৰু পাখি কেইখন গাঢ় মুগা বৰণৰ । সাধাৰণতে পানী মেটেকা, জলজ উদ্ভিদ ইত্যাদি থকা পৰিস্কাৰ পানীৰ সৰু বিল বা জান আদিত জাক পাতি চৰি থকা দেখা যায় ।
শৰালিয়ে ঘাহঁ-বন, বীজ, পচা কাঠ আদিৰ ওপৰিও কীট-পতঙ্গ অথৱা শামুক আদিও আহাৰ হিচাবে ভক্ষণ কৰে । ইহঁতে বাৰিষা কালৰ আৰম্ভনিতে কনী পাৰিবলৈ আৰম্ভ কৰে । এবাৰত ৭-১২ টালৈকে কনী পাৰে আৰু কনীৰ পৰা পোৱালী জগিবলৈ প্ৰায় ২৬-৩০ দিন সময় লাগে । শৰালিবোৰ এতিয়াও বিপন্ন আখ্যা দিয়া হোৱা নাই যদিও ব্যাপক হাৰত নিধনৰ বাবে অচিৰেই লুপ্তপ্ৰায় হ`ব বুলি আশঙ্কা কৰা হৈছে ।