শৱদেহশৱযাত্ৰা

শৱভস্মাধাৰ (Assamese) [ Roman: xo.bo.bhos.ma.dhar]
Contributed by: Partha P Sarmah on 2008-10-27
1. (Material Noun-Neuter) a vessal to keep the ashes of a dead person. খৰি দিয়াৰ পাছত মৃত লোকৰ ছাই/ ভস্ম ৰাখিবৰ বাবে ব্যৱহাৰ কৰা এবিধ পাত্ৰ৷
English: urn,
Assamese: শৱভস্মাধাৰ