ষোড়শীষ্টইকিঅ’মিতি

ষোড়শোপচাৰ (Assamese) [ Roman: xo`.ro.xo`.po.sar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-10
1. (Material Noun-Neuter) a set of sixteen particular items of worship পূজাত লগা ষোল্লবিধ বস্তু, যেনেঃ গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য, বস্ত্ৰ, আভৰণ, আসন, স্বাগত (আৱাহন), পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান আৰু চন্দন