সংযত কৰ্সংযমন

সংযম (Assamese) [ Roman: xong.jom]
Contributed by: Rupankar Mahanta on 2007-01-15
1. (Abstract Noun-Neuter) the controlling or restraining of the passions. ইন্দ্ৰিয়ক দমন কৰি আৱেগক নিয়ন্ত্ৰণ কৰা কাৰ্য্য৷

Contributed by: Partha P Sarmah on 2007-01-15
2. (Abstract Noun) the practice of controlling/moderating one's behaviour, eating and speaking habits কাৰোবাৰ আচাৰ ব্যৱহাৰ, খোৱা আৰু কথা কোৱাৰ অভ্যাস ভদ্ৰ আৰু নমনীয় কৰাৰ প্ৰচেষ্টা৷