সতি-সন্তানসতিয়া পো

সতিনী (Assamese) [ Roman: xo.ti.ni]
Contributed by: Anjali Sonowal on 2008-09-05
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Common Noun-Feminine) A woman whose husband has more than one wife. এজনী তিৰোতা যাৰ স্বামীৰ একতকৈ অধিক ভাৰ্য্যা আছে ৷ এনেক্ষেত্ৰত এজনী আন এজনীৰ সতিনীয়েক ৷