সদাগৰীসদাচাৰী

সদাচাৰ (Assamese) [ Roman: xo.da.sar]
Contributed by: Atul Ch. Kakoti on 2009-08-15
1. (Abstract Noun) the quality of showing good manners toward others, as in behavior, speech, etc. ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত আনৰ প্ৰতি ভাল আচৰণ দেখুওৱা গুণ।