সপ্তমসপ্তলোক

সপ্তমী (Assamese) [ Roman: xop.to.mi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-09-23
1. (Proper Noun) the sevent lunar day of the bright fortnight and second day of Durga Puja. আহিন মাহৰ শুক্ল পক্ষৰ সপ্তমদিনৰ তিথি৷ দুৰ্গা পূজাৰ দ্বিতীয় দিন।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-26
2. (Abstract Noun) he seventh day of the lunar half of the month. (after bright or dark fortnight) অমাৱাস্যা বা পূৰ্ণিমাৰ পাচৰ সপ্তম দিন৷