সবিস্তাৰসবিস্ময়
সবিস্তাৰে (Assamese) [ Roman: xo.bis.ta.re]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-08-20
English: comprehensively, elaborately, extensively, thoroughly,
Assamese: খৰচি মাৰি, নিৰহ নিপানীকৈ, পুঙ্খানুপুঙ্খভাৱে, পুঙ্খানুপুঙ্খৰূপে, বহলাই, বহুলভাৱে, বিতংকৈ, বিতংভাৱে, বিশদভাৱে, বিস্তৃতভাৱে, ভাঙি-পাতি, সবিস্তাৰে,
Bodo: फारियै,
Deori: বঁচ্চা
সবিস্তাৰে (Assamese) [ Roman: xo.bis.ta.re]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-08-20
1. (Adverb) (describing something) in an exhaustive manner that is covering all minute details অতি বহলকৈ সকলোবোৰ বৰ্ণনা দি (কোনো কথা কোৱা)