সমস্যাসমস্যাৰাজিক

সমস্যাবহুল (Assamese) [ Roman: xo.mo.xya.bo.hul]
Contributed by: Partha P Sarmah on 2008-08-04
1. (Adjective Adj.) (of a situation, event, problem)that is complicated and difficult to solve. কঠিন আৰু সমাধান কৰিবলৈ অসুবিধা হোৱা৷ যেনেঃ কামটো বৰ সমস্যাবহুল হৈ পৰিল৷