সমাকীৰ্ণসমাগত

সমাকৰণ (Assamese) [ Roman: xo.ma.ko.ron Decom:;]
শব্দটো ১৯৯১ চনত জ্ঞান বিজ্ঞান সমিতি অসমে পোনতে ব্যৱহাৰ কৰে৷ তাৰ পাচত যোৱা ২৩ বছৰ ব্যৱহৃৎ হৈ আহিছে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-30
1. (Verbal Noun) to watch, observe, listen to, or check (something) for aspecial purpose over a period of time কোনো প্ৰকল্পৰ কাম সঠিক ভাৱে আগ বাঢ়িছে নাই জানিবলৈ লোৱা ব্যৱস্থাৱলী৷
English: monitoring,
Assamese: সমাকৰণ