সমান্তৰালভাবেসমাপন

সমাপক (Assamese) [ Roman: xo.ma.pok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-19
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.) refers to something added to complete a thing, make up for a deficiency. যি পূৰণ কৰে, অৰ্থাত্ কিবা এটা পূৰা কৰে, অভাৱ দূৰ কৰে অথবা জোৰদাৰ বা সম্প্ৰসাৰিত কৰে৷

Contributed by: Bikram M Baruah on 2010-02-01
2. (Proper Adj.-Common) The last possible end or conclusion সম্ভাৱ্য আটাইতকৈ শেষ অৱস্থা