সাজনিসাজযোৰকো

সাজপাৰ (Assamese) [ Roman: xaj.par]
Contributed by: Dr (Mrs) Krishna Barua on 2008-02-12
1. (Common Noun-Neuter) a stitched piece of cloth that can be worn, like a shirt, blouse, trouser etc. কামিজ বা চোলা, ব্লাউজ, পেণ্ট বা ঠেঙা আদিৰ দৰে পিন্ধিব পৰাকৈ তৈয়াৰী চিলোৱা কাপোৰ।