সাতদিনৰসাতপাক

সাতপখলী (Assamese) [ Roman: xat.po.kho.li]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-30
1. Place(Proper Noun-Neuter) A place in Rampur Block of Kamrup district. It is name of a village and village panchayat. দক্ষিণ কামৰূপৰ এখন গাঁও আৰু গাঁও পঞ্চায়তৰ নাম৷ ইয়াত চান্দ সদাগৰৰ দিনৰ সাতটা খুবলী বা পখলী উদ্ধাৰ হোৱা বুলি কয়৷ এইকেইটাৰ অস্তিত্ব এতিয়া অৱশ্যে নাই৷
English: xatpakhali,
Assamese: সাতপখলী