সাতসত্তৰসাতাইছ

সাতসৰী (Assamese) [ Roman: xat.xo.ri]
Contributed by: Shyamkanu Das on 2008-04-21
1. (Material Noun-Neuter) an expensive necklace of seven expenstive gems used by the Ahom Kings. আহোম শাসনৰ সময়ত ৰাজমৰ্য্যাদাসূচক অলংকাৰসমূহৰ ভিতৰত ডিঙিত ওলোমাই পিন্ধা হীৰা মুকুতা আদিৰ এবিধ সাতটা মণিৰ মূল্যবান অলংকাৰ ৷
English: satsori,
Assamese: সাতসৰী