সিংহবাহিনীসিংহল

সিংহভাগ (Assamese) [ Roman: xing.ho.bhag]
Contributed by: Benjamin Kaman on 2009-08-14
1. (Abstract Noun) a number or percentage equaling more than half of a total; the greater quantity or share; the group or political party having the greater number of votes মুঠ বা সমগ্ৰৰ আধাতকৈ অধিক সংখ্যা বা শতাংশ; অধিকতৰ পৰিমাণ বা অংশ; অধিকতৰ ভোট লাভ কৰা গোট বা ৰাজনৈতিক দল