সুখসুখ-সাধ্য

সুখ-দুখ (Assamese) [ Roman: xukh-dukh]
Contributed by: Partha P Sarmah on 2011-09-15
1. (Abstract Noun) happiness/satisfaction and sorrow/sadness (together) or sequentially. আনন্দ, ভাল অৱস্থা/দিন আৰু বিষাদ, দুখ, বেয়া অৱস্থা/দিন আদি (একেলগে বা) এটাৰ পাছত আনটো৷ যেনেঃ সুখে-দুখে (মিলাই মেলি)হে জীৱন৷