সূক্ষ্ম সমালোচকসূক্ষ্মকোণ

সূক্ষ্ম-পুষ্টিদ্ৰব্য (Assamese) [ Roman: xukh.mo-pus.ti.dro.byo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-26
1. Biology(Common Noun-Neuter) an essential nutrient, as a trace mineral or vitamin, that is required by an organism in minute amounts জীৱৰ পৰিপুষ্টিৰ বাবে অতি ক্ষুদ্ৰ পৰিমাণত প্ৰয়োজনীয় পুষ্টিদ্ৰব্য বা আহাৰৰ উপাদান, যেনেঃ খনিজ দ্ৰব্য বা ভিটামিন