স্নেহকস্নেহন

স্নেহধন্য (Assamese) [ Roman: sne.ho.dho.nyo]
Contributed by: Partha P Sarmah on 2008-03-11
1. (Common Noun) somebody who is able to earn love, affection and care from somebody else, usually somebody elder, greater and wiser. কাৰোবাৰ পৰা, (বিশেষকৈ বয়স,জ্ঞান আদিত জেষ্ঠ) মৰম, ভালপোৱা ,শুভাষীষ আদায় কৰিব পৰা লোক৷ যেনেঃ তেখেতৰ স্নেহধন্য হোৱাৰ সুযোগক আমাৰ এক বিৰল সৌভাগ্য বুলিয়েই গ্ৰহণ কৰিছোঁ ৷