স্বয়ংপ্ৰভস্বয়ংসেৱক

স্বয়ংসম্পূৰ্ণ (Assamese) [ Roman: swo.yong.xom.pur.no]
Contributed by: Bikram M Baruah on 2012-01-25
1. (Proper Adj.-Common) a closed system or body that does not need to rely on outside or others to be complete. আনৰ ওপৰত বা বাহিৰৰ সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই পূৰাকৈ চলিব পৰা এক ব্যৱস্থা বা বস্তু।