স্মৃতি-বিভোৰস্মৃতিগ্ৰন্থ

স্মৃতিকাতৰ (Assamese) [ Roman: smri.ti.ka.tor]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-10-30
1. (Abstract Noun) sentimentality,longing for the happy times of the past. এৰি অহা সুখৰ দিনবোৰৰ প্ৰতি থকা আকৰ্ষণ, একপ্ৰকাৰৰ আৱেগিক অনুভৱ।