সৰ্ব্বত্ৰসৰ্ব্বদা
সৰ্ব্বথা (Assamese) [ Roman: xor.bo.tha]
Contributed by: Biraj Kumar Kakati on 2008-03-12
English: by all means, by heart and soul,
Assamese: কায়-মনো-বাক্যে, দেহে-কেহে, প্ৰাণপণে, সৰ্বতোপ্ৰকাৰে, সৰ্বথা, সৰ্ব্বতোপ্ৰকাৰে, সৰ্ব্বথা,
Karbi: hayat pen,
Dimasa: asaba dara jang
সৰ্ব্বথা (Assamese) [ Roman: xor.bo.tha]
Contributed by: Biraj Kumar Kakati on 2008-03-12
Ref: হেমকোষ (পুৰণি)
1. (Adverb) At any cost; without fail. সকলো ধৰণে; সকলো উপায় অৱলম্বন কৰিAssamese: কায়-মনো-বাক্যে, দেহে-কেহে, প্ৰাণপণে, সৰ্বতোপ্ৰকাৰে, সৰ্বথা, সৰ্ব্বতোপ্ৰকাৰে, সৰ্ব্বথা,
Karbi: hayat pen,
Dimasa: asaba dara jang