হজগৰ-চাবাহজম কৰ্

হজম (Assamese) [ Roman: ho.jom Origin: ফা. (হেম১৩)]
Contributed by: Biraj Kumar Kakati on 2007-06-11
1. (Verbal Noun) process of digesting. খাদ্য হজম কৰা প্ৰক্ৰিয়া।
English: digestion,
Assamese: আত্মভূত, জীণ, পাচন, পৰিপাক, হজম,
Bodo: हजम,
Nagamese: hojom,
Deori: জিন কেবা

Example Sentences:

1. জধে-মধে খোৱাৰ বাবে তাইৰ খোৱাখিনি হজম নহ'ল।