হাত-যোৰ কৰিহাতকেৰেয়া

হাত-ৰঙা (Assamese) [ Roman: hat-ro.nga]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-15
1. (Material Noun-Neuter) a fabulous substance which,when put on one's forehead is said to give anything desired. সেন্দুৰৰ দৰে এবিধ ফোঁট লোৱা বস্তু,তাৰে ফোঁট ল’লে ভৱা মতে কাৰ্য্য সিদ্ধি হয় বুলি মানুহে বিশ্বাস কৰে।