হাতী-চাঁৰুলিহাতী-ভেঁকুৰী

হাতী-চুঙী (Assamese) [ Roman: ha.ti-su.ngi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-03-03
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) a class of labourers during the Ahom Raja's time whose principal duty was to catch elephants for the State. আহোম ৰজাৰ দিনৰ এখেল কাঁৰী (বনুৱা) মানুহৰ নাম, ইহঁতৰ প্ৰধান কাম আছিল হাবিত হাতীৰ চোং বিচাৰি হাতী ধৰি অনা৷