হানি-চাৰুবাহানিকৰ
হানিকাৰক (Assamese) [ Roman: ha.ni.ka.rok]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
English: deleterious, detrimental, harmful, injurious, malign,
Assamese: অনিষ্টকাৰক, অনিষ্টকাৰী, অনিষ্টকৰ, অনিষ্টজনক, অনুপকাৰী, অপকাৰ-কৰোঁতা, অপকাৰক, অপকাৰী, অভিচাৰী, অমংগলকাৰী, অমঙ্গলকাৰী, অহিতকাৰী, অহিতকৰ, ক্ষতিকাৰক, ক্ষতিজনক, ক্ষয়ংকৰ, মন্দকাৰী, হানিকাৰক,
Bodo: खहा खालामग्रा, खहा गोनां, हानि खालामग्रा, हानि गोनां,
Khasi: kren sniew
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-20
English: hurtful,
Assamese: ক্ষতিকৰ, কৰ্মনাশা, কৰ্ম্মনাশা, হানিকাৰক, হানিকৰ,
Bodo: खहा गोनां, दुखु गोनां
হানিকাৰক (Assamese) [ Roman: ha.ni.ka.rok]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
1. (Proper Adj.-Common) able to cause harm or hurt হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
Assamese: অনিষ্টকাৰক, অনিষ্টকাৰী, অনিষ্টকৰ, অনিষ্টজনক, অনুপকাৰী, অপকাৰ-কৰোঁতা, অপকাৰক, অপকাৰী, অভিচাৰী, অমংগলকাৰী, অমঙ্গলকাৰী, অহিতকাৰী, অহিতকৰ, ক্ষতিকাৰক, ক্ষতিজনক, ক্ষয়ংকৰ, মন্দকাৰী, হানিকাৰক,
Bodo: खहा खालामग्रा, खहा गोनां, हानि खालामग्रा, हानि गोनां,
Khasi: kren sniew
Different POS:
a. Verb-Trans.: harm, hurt, injure, maul, আঘাত কৰ্...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-20
2. (Proper Adj.-Neuter) harmful; liable to cause damage and loss;dangerous যি অপকাৰ বা ক্ষতি কৰিব পাৰে
Assamese: ক্ষতিকৰ, কৰ্মনাশা, কৰ্ম্মনাশা, হানিকাৰক, হানিকৰ,
Bodo: खहा गोनां, दुखु गोनां