হিজেম (Deori) [ Roman: hi.jem]
Contributed by: Himasri Das on 2023-04-14
1. (Verbal Adj.) That has already been seen. যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
English: seen,
viewed,
Assamese: অৱলোকিত,
ঈক্ষিত,
দৃষ্ট,
দৃষ্টিগোচৰ,
দৰ্শিত,
নিৰীক্ষিত,
প্ৰেক্ষিত,
বিলোকিত,
বীক্ষিত,
লক্ষিত,
Deori: হিজেম