হিলদলহিলৈ

হিলসা (Bangla)
1. (Proper Noun-Common) a migratory fish found in Padma, Meghna and lower Brahmaputra rivers. It is the national fish of Bangladesh. পদ্মা, মেঘনা আৰু নামনি ব্ৰহ্মপুত্ৰত থকা এবিধ পৰিভ্ৰমী মাছ। ই বাংলাদেশৰ ৰাষ্ট্ৰীয় মাছৰূপে স্বীকৃত।