হীনাঙ্গহীৰক
হীনাৱস্থা (Assamese) [ Roman: hi.na.wos.tha]
Contributed by: Mousumi Konwar on 2023-04-22
English: penury, poverty,
Assamese: অভাৱগ্ৰস্ততা, আকিঞ্চন, গৰিবী, দাৰিদ্ৰ, দীনতা, দৈন্য, দৰিদ্ৰতা, হীনাৱস্থা,
Khasi: ka jingduk,
Tai: জাক্ চ্যুন্,
Hindi: कंगाली
হীনাৱস্থা (Assamese) [ Roman: hi.na.wos.tha]
Contributed by: Mousumi Konwar on 2023-04-22
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Abstract Noun) the state of having very less wealth or money. পইচা-পাতি, সম্পত্তি আদি নথকা অৱস্থা।Assamese: অভাৱগ্ৰস্ততা, আকিঞ্চন, গৰিবী, দাৰিদ্ৰ, দীনতা, দৈন্য, দৰিদ্ৰতা, হীনাৱস্থা,
Khasi: ka jingduk,
Tai: জাক্ চ্যুন্,
Hindi: कंगाली