হেন্দালিহেন্দোলদোপ

হেন্দোল (Assamese) [ Roman: hen.do`l]
plc: -বিলাক, -বোৰ, dfc: -জোপা, -টো, -ডাল
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-17
1. Tree(Common Noun-Common) an evergreen tree of moderate size; 5-8 m tall with rough fissured dark grey bark and with red flowers; scientific name: Barringtonia acutangula দ ঠাইত হোৱা এবিধ মজলীয়া আকাৰৰ জোপোহা গছ, প্ৰায় ৫-৮ মিটাৰ ওখ; থোপা-থোপে লগা ইয়াৰ গুটি ঔষধত ব্যৱহৃত হয় ৷