য়মতুয়া

য়মা (Deori) [ Roman: ya.ma]
Contributed by: Satabdi Dutta on 2022-11-01
1. (Material Noun-Neuter) a kind of basket for catching fis দুই মূৰ ঠেক বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ মাজত এটা বিন্ধা থাকে আৰু সেই ফালেদি মাছ ভিতৰলৈ সোমাই |
English: Sepa,
Assamese: চেপা,
Dimasa: sepa,
Deori: য়মা