ৰগৰৰঘু-মৰা

ৰঘু (Assamese) [ Roman: ro.ghu]
Contributed by: Atul Ch. Kakoti on 2009-05-31
1. (Common Noun-Neuter) The Kadam tree grows up to 45 m high with a trunk diameter of 100-160 cm, Leaves are 13-32 cm long. Kadam flowers are yellow in coloured and globe-like with soft sting. ওখ ডাঙৰ গা গছৰে ওলোটা ওভোতাকৈ বিপৰীতমুখী ডাল ধৰা এবিধ গছ ৷ ইয়াৰ পাত ডাঙৰ আৰু দীঘল ৷ ফুলবোৰ হালধীয়া আৰু কোমল শুঙযুক্ত বল আকৃতিৰ ৷

Contributed by: Mousumi Konwar on 2022-12-10
2. Religious-Mythological(Proper Noun-Common &/or Masculine) the great grandfather of lord Rama. অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ প্ৰপিতামহ৷
English: Raghu,
Assamese: ৰঘু