ৰঙাঘৰৰঙাপৰা

ৰঙানদী (Assamese) [ Roman: ro.nga.no.di]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-16
1. River(Proper Noun-Neuter) A tributory of Brahmaputra, originating from Arunachal flowing through sonitpur finaly meets Brahmaputra. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা আহি শোণিতপুৰৰ মাজেৰে আহি ব্ৰহ্মপুত্ৰত মিলিছে৷
English: Ranganadi,
Assamese: ৰঙানদী,
Bodo: रंगनडि