ৰঞ্জুমণিৰটনি

ৰটনা (Assamese) [ Roman: ro.to.na]
Contributed by: Atul Ch. Kakoti on 2009-07-10
1. (Abstract Noun) A piece of unverified information of uncertain origin usually spread by word of mouth সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
2. (Verbal Noun) the act of speaking ill of others লোকৰ দোষ বা দুৰ্যশ বখানি ফুৰা কাৰ্য্য
English: gossiping,
Assamese: ৰটনা, ৰটনি