ৰিৱৰীতা

ৰীডাৰ (Assamese) [ Roman: ri.dar]
Contributed by: Partha P Sarmah on 2008-07-24
1. (Abstract Noun) a senior teacher of a university, usually with a Ph.D just below the rank of a professor. Equivalent to Associate Professor in some universities. বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ঠিক তলৰ পদবীৰ জেষ্ঠ শিক্ষক৷ কোনো কোনো বিশ্ববিদ্যালয়ত এই পদত থকা শিক্ষকক সহযোগী অধ্যাপক বোলে৷
English: reader,
Assamese: ৰিডাৰ, ৰীডাৰ