ৰুচিকৰৰুচিবোধসম্পন্ন

ৰুচিবোধ (Assamese) [ Roman: ru.si.bo'dh]
Contributed by: Partha P Sarmah on 2007-08-19
1. (Abstract Noun) the ability to experience and understand deeper feelings in art, literature etc.; a developed awarness of what is good; in good taste. কলা, সাহিত্য আদি বুজিপাব আৰু উপভোগ কৰিব পৰা মানসিক সক্ষমতা; ভাল-বেয়া বিচাৰ কৰিব পৰা অনুভূতিসম্পন্ন; ভাল ৰুচি থকা।