Sl. No. Incorrect Correct
1 অক্ষুন্ন অক্ষুণ্ণ
2 অজশ্ৰ অজস্ৰ
3 অতিথী অতিথি
4 অদ্ভূত অদ্ভুত
5 অধোন্নতি অৱনতি
6 অধ্যক্ষ্য অধ্যক্ষ
7 অধ্যয়ণ অধ্যয়ন
8 অনুকুল অনুকূল
9 অনুভুতি অনুভূতি
10 অনুসুচীত অনুসূচিত
11 অনুসূচীত অনুসূচিত
12 অনুস্থান অনুষ্ঠান
13 অনুস্থিত অনুষ্ঠিত
14 অনুহৰি অনুসৰি
15 অনুৰুধ অনুৰোধ
16 অন্ত্যৰ্ধান অন্তৰ্ধান
17 অবধ্য অবৈধ
18 অবিধান অভিধান
19 অভিলাস অভিলাষ
20 অভিষ্ঠ অভীষ্ট
21 অভ্যন্তৰিক আভ্যন্তৰিক
22 অশোচ অশৌচ
23 অসহ্যকৰ অসহ্য
24 অহোৰাত্ৰি অহোৰাত্ৰ
25 অহৰ্নিশে অহৰ্নিশ
26 অৱেশষত অৱশেষত
27 আকূল আকুল
28 আক্ৰমন আক্ৰমণ
29 আকৰ্ষন আকৰ্ষণ
30 আগমণ আগমন
Sl. No. Incorrect Correct
31 আগ্ৰাধিকাৰ অগ্ৰাধিকাৰ
32 আঘাট আঘাত
33 আঘোন আঘোণ
34 আঙুলী আঙুলি
35 আনুস্থানিক আনুষ্ঠানিক
36 আনুস্থানিকতা আনুষ্ঠানিকতা
37 আন্তজাৰ্তিক আন্তৰ্জাতিক
38 আপোনি আপুনি
39 আবিস্কাৰ আৱিষ্কাৰ
40 আভাষ আভাস
41 আভিলাষ অভিলাষ
42 আমোজনক আমোদজনক
43 আশীস আশিস
44 আৰম্ভনি আৰম্ভণি
45 আৰম্ভনী আৰম্ভণি
46 আৰ্কষণ আকৰ্ষণ
47 আৰ্কষণীয় আকৰ্ষণীয়
48 আৰ্শীবাদ আশীৰ্বাদ
49 আৱিস্কাৰ আৱিষ্কাৰ
50 ইদ ঈদ
51 ইশ্বৰ ঈশ্বৰ
52 ইস্কুল স্কুল
53 উচতাই উচটাই
54 উচ্ছ উচ্চ
55 উত্স উৎস
56 উদন্দ উদণ্ড
57 উদ্গীৰণ উদ্গিৰণ
58 উদ্দেশ্যি উদ্দেশি
59 উদ্দেশ্যে উদ্দেশে
60 উদ্যোগিক ঔদ্যোগিক
Sl. No. Incorrect Correct
61 উন্নয়ণ উন্নয়ন
62 উপ-স্বাস্থ্য কেন্দ্ৰ
63 উপকাৰীতা উপকাৰিতা
64 উপকুল উপকূল
65 উপলব্দ উপলব্ধ
66 উপায়ন্তৰ উপায়ান্তৰ
67 উভটি উভতি
68 উৎকন্থিত উৎকণ্ঠিত
69 উৎক্ষেপন উৎক্ষেপণ
70 উৎতীৰ্ণ উত্তীৰ্ণ
71 ঊপলক্ষে উপলক্ষে
72 ঋনাত্মক ঋণাত্মক
73 এঘন্টা এঘণ্টা
74 এটিয়া এতিয়া
75 ঐক্যতা ঐক্য
76 কঠিত কথিত
77 কণক কনক
78 কণিষ্ঠ কনিষ্ঠ
79 কণ্যা কন্যা
80 কনিকা কণিকা
81 কল্কী কল্কি
82 কাঁইত কাঁইট
83 কাকুতি কাকূতি
84 কাৎচিত কাচিৎ
85 কাৎচিৎ কাচিৎ
86 কাৰনে কাৰণে
87 কাৰ্যসুচি কাৰ্যসূচী
88 কাৰ্যসুচী কাৰ্যসূচী
89 কিন্ত কিন্তু
90 কিন্তূ কিন্তু
Sl. No. Incorrect Correct
91 কুটনীতি কূটনীতি
92 কুনবাই কোনোবাই
93 কুলাহল কোলাহল
94 কুৰ্ম কূৰ্ম
95 কৃষিজীৱি কৃষিজীৱী
96 কৃষ্ণচোৰা কৃষ্ণচূড়া
97 কেলেংকাৰি কেলেংকাৰী
98 কৌতুহল কৌতূহল
99 ক্ষতিগ্ৰস্থ ক্ষতিগ্ৰস্ত
100 ক্ষীপ্র ক্ষিপ্ৰ
101 ক্ষীপ্ৰ ক্ষিপ্ৰ
102 ক্ৰটি ত্ৰুটি
103 ক্ৰুটি ত্ৰুটী
104 খণ্ডণ খণ্ডন
105 খুজতি খজুৱতি
106 খৃষ্টান খ্ৰীষ্টান
107 খৃষ্টাব্দ খ্ৰীষ্টাব্দ
108 খৰছ খৰচ
109 গণীত গণিত
110 গথন গঠন
111 গধুলি গধূলি
112 গধূৰ গধুৰ
113 গনিত গণিত
114 গন্য গণ্য
115 গাঁও গাওঁ
116 গাওঁ গাঁও
117 গুজৰাত গুজৰাট
118 গুৰুত্বপুৰ্ণ গুৰুত্বপূৰ্ণ
119 গুৱাহাটি গুৱাহাটী
120 গুৱাহাতি গুৱাহাটী
Sl. No. Incorrect Correct
121 গোৱাৰ গোঁৱাৰ
122 ঘণীভূত ঘনীভূত
123 ঘন্টা ঘণ্টা
124 ঘৈনীয়েক ঘৈণীয়েক
125 ঘোড়া ঘোঁৰা
126 ঘ্ৰিনা ঘৃণা
127 ঘ্ৰীণা ঘৃণা
128 ঘ্ৰীনা ঘৃণা
129 ঘৰোৱা ঘৰুৱা
130 চিকিত্সা চিকিৎসা
131 চিকুন চিকুণ
132 চিনাকী চিনাকি
133 চিহ্ণ চিহ্ন
134 ছাবি চাবি
135 জলবিদ্যুত জলবিদ্যুৎ
136 জীবন্ত জীৱন্ত
137 জীৱীকা জীৱিকা
138 জেষ্ঠ্য জ্যেষ্ঠ
139 জৰ্জাৰিত জৰ্জৰিত
140 টেঙা আম
141 ঠলৰাই ঠলৰাই
142 ঠানবান থানবান
143 ঠান্ডা ঠাণ্ডা
144 ঠিয় থিয়
145 ঢোবাং ধোবাং
146 তান টান
147 তাৰোপৰি তদুপৰি
148 তিৰষ্কাৰ তিৰস্কাৰ
149 তুমাৰ তোমাৰ
150 তেজষ্ক্ৰিয়তা তেজস্ক্ৰিয়তা
Sl. No. Incorrect Correct
151 ত্ৰিভূজ ত্ৰিভুজ
152 থিক ঠিক
153 দক্ষীণ দক্ষিণ
154 দাক ডাক
155 দাঠি ডাঠি
156 দাপোন দাপোণ
157 দায়ীত্ব দায়িত্ব
158 দিপালি দীপালী
159 দীৰ্ঘজীৱি দীৰ্ঘজীৱী
160 দুৰ দূৰ
161 দূৰ্গা দুৰ্গা
162 দূৰ্ঘটনা দুৰ্ঘটনা
163 দূৰ্বল দুৰ্বল
164 দূৰ্ভাগ্যজনক দুৰ্ভাগ্যজনক
165 দেখুবাই দেখুৱাই
166 দৈন্যতা দৈন্য
167 দ্বায়িত্ব দায়িত্ব
168 দ্ৰুট দ্ৰুত
169 দৰ্শণ দৰ্শন
170 ধংশ ধংস
171 ধকুৱা ঢকুৱা
172 ধানপুৰীয়া ধান
173 ধুনিয়া ধুনীয়া
174 ধুলি ধূলি
175 ধ্বংশ ধ্বংস
176 ধ্ৰূপদী ধ্ৰুপদী
177 নজৰাজা নজৰানা
178 নমস্টে নমস্তে
179 নাইকীয়া নাইকিয়া
180 নাইকীয়া নাইকিয়া
Sl. No. Incorrect Correct
181 নামাকৰণ নামকৰণ
182 নাষ্টিক নাস্তিক
183 নিখুত নিখুঁত
184 নিজশ্ব নিজস্ব
185 নিজস্ব নিজ
186 নিতি নীতি
187 নিতী নীতি
188 নিদিৰ্ষ্ট নিৰ্দিষ্ট
189 নিপুন নিপুণ
190 নিপুনতা নিপুণতা
191 নিমন্ত্ৰন নিমন্ত্ৰণ
192 নিস্ক্ৰিয় নিষ্ক্ৰিয়
193 নিস্ক্ৰিয় নিষ্ক্ৰিয়
194 নিস্ফল নিষ্ফল
195 নিৰস নীৰস
196 নিৰ্ধনী নিৰ্ধন
197 নিৰ্মান নিৰ্মাণ
198 নিৰ্মালী নিৰ্মালি
199 নুন্যতম ন্যূনতম
200 নুপুৰ নূপুৰ
201 নূন্যতম ন্যূনতম
202 নৈৰাশ নিৰাশ
203 নৰনাৰায়ন নৰনাৰায়ণ
204 নৰীয়া নৰিয়া
205 পদুলি-মূখ পদুলি
206 পলায়ণ পলায়ন
207 পাকিস্থান পাকিস্তান
208 পিতিকা পিটিকা
209 পুজা পূজা
210 পুঠিভঁৰাল পুথিভঁৰাল
Sl. No. Incorrect Correct
211 পুণৰ পুনৰ
212 পুন্য পুণ্য
213 পুৰণ পূৰণ
214 পুৰনি পুৰণি
215 পুৰষ্কাৰ পুৰস্কাৰ
216 পূৰণি পুৰণি
217 পেপা পেঁপা
218 পৈত্ৰিক পৈতৃক
219 প্ৰতিক প্ৰতীক
220 প্ৰতিতি প্ৰতীতি
221 প্ৰতিদ্বন্দীতা প্ৰতিদ্বন্দিতা
222 প্ৰতিযোগি প্ৰতিযোগী
223 প্ৰতিযোগীতা প্ৰতিযোগিতা
224 প্ৰতিযোগীয়া প্ৰতিযোগিতা
225 প্ৰতিস্থা প্ৰতিষ্ঠা
226 প্ৰতিস্থান প্ৰতিষ্ঠান
227 প্ৰতিস্থাপন প্ৰতিষ্ঠাপন
228 প্ৰদৰ্শণী প্ৰদৰ্শনী
229 প্ৰনাম প্ৰণাম
230 প্ৰবনতা প্ৰৱণতা
231 প্ৰবিণ প্ৰবীণ
232 প্ৰবিত্ৰ পবিত্ৰ
233 প্ৰবীন প্ৰবীণ
234 প্ৰমুল্য প্ৰমূল্য
235 প্ৰাৰ্থক্য পাৰ্থক্য
236 প্ৰৱন্ধ প্ৰবন্ধ
237 পঢ়াশালী পঢ়াশালি
238 পৰাম্পৰাগত পৰম্পৰাগত
239 পৰিক্ষা পৰীক্ষা
240 পৰিস্কাৰ পৰিষ্কাৰ
Sl. No. Incorrect Correct
241 পৰিৰ্ৱতন পৰিৱৰ্তন
242 পৰিৱহন পৰিবহণ
243 পৰ্বতাৰোহন পৰ্বতাৰোহণ
244 ফলপ্ৰসু ফলপ্ৰসূ
245 ফাগুণ ফাগুন
246 বছেৰেকীয়া বছৰেকীয়া
247 বধু বধূ
248 বন্তী বন্তি
249 বহণ বহন
250 বাকলী বাকলি
251 বাখ্যা ব্যাখ্যা
252 বাগিছা বাগিচা
253 বাঞ্চনীয় বাঞ্ছনীয়
254 বাটিল বাতিল
255 বাদুলী বাদুলি
256 বাধাগ্ৰস্থ বাধাগ্ৰস্ত
257 বাল্মিকী বাল্মীকি
258 বিচনা বিছনা
259 বিছৰা বিচৰা
260 বিদ্যান বিদ্বান
261 বিদ্যুত বিদ্যুৎ
262 বিপৰিত বিপৰীত
263 বিভিষিকা বিভীষিকা
264 বিষেশ্য বিশেষ্য
265 বিষ্ফোৰণ বিস্ফোৰণ
266 বিৰম্বনা বিড়ম্বনা
267 বিৰুপ বিৰূপ
268 বিৰোধি বিৰোধী
269 বিৰোধীতা বিৰোধিতা
270 বুজাপৰা বুজা
Sl. No. Incorrect Correct
271 বৈশিষ্ঠ বৈশিষ্ট্য
272 বৈশিষ্ঠ্য বৈশিষ্ট্য
273 ব্যুহ ব্যূহ
274 ব্ৰক্ষ্মপুত্ৰ ব্ৰহ্মপুত্ৰ
275 ব্ৰাক্ষ্মণ ব্ৰাহ্মণ
276 ব্ৰাহ্মন ব্ৰাহ্মণ
277 বৰুৱানীৰ বৰুৱানীৰ
278 ভন্টী ভণ্টী
279 ভষ্মীভুত ভস্মীভূত
280 ভাইটী ভাইটি
281 ভাগিৰথী ভাগীৰথী
282 ভাট্টা ভাত্তা
283 ভাৰসাম্যতা ভাৰসাম্য
284 ভিক্তি ভিত্তি
285 ভুমিস্থ ভূমিষ্ঠ
286 ভুমুকি ভূমুকি
287 ভূত ভুত
288 ভূল ভুল
289 ভৌগলিক ভৌগোলিক
290 ভৰসা ভাৰসা
291 মণিষি মনীষী
292 মণিষী মনীষী
293 মণীষী মনীষী
294 মন্ত্ৰীত্ব মন্ত্ৰিত্ব
295 মন্তৱ্য মন্তব্য
296 ময়ুৰ ময়ূৰ
297 মষ্টিষ্ক মস্তিষ্ক
298 মস্তিস্ক মস্তিষ্ক
299 মাঠো মাথো
300 মানদণ্ড মান
Sl. No. Incorrect Correct
301 মানিক মাণিক
302 মিচা মিছা
303 মিন মীন
304 মিমাংসা মীমাংসা
305 মুখষ্ঠ মুখস্থ
306 মুমুৰ্ষ মূমূৰ্ষু
307 মুল্যহীন মূল্যহীন
308 মুহুৰ্ত মুহূৰ্ত
309 মুহুৰ্ত্ত মুহূৰ্ত্ত
310 মুৰ মূৰ
311 মুৰ্খ মূৰ্খ
312 মুৰ্তি মূৰ্তি
313 মূখ মুখ
314 মূখামূখি মুখামুখি
315 মূখিয়াল মুখিয়াল
316 মূহুৰ্ত মুহূৰ্ত
317 মূহুৰ্ত্ত মুহূৰ্ত্ত
318 মূৰব্বী মুৰব্বী
319 মৰাশ
320 মৰিশালী মৰিশালি
321 যথেষ্ঠ যথেষ্ট
322 লঘোণ লঘোন
323 লিতিকাই লিটিকাই
324 শণি শনি
325 শণিবাৰ শনিবাৰ
326 শান্তনা সান্ত্বনা
327 শাৰিৰীক শাৰীৰিক
328 শাৰিৰীকভাৱে শাৰীৰিকভাৱে
329 শিৰোনামা শিৰোনাম
330 শুণা শুনা
Sl. No. Incorrect Correct
331 শূণ্য শূন্য
332 শেৱালী শেৱালি
333 শ্ৰন্ধ্ৰাঞ্জলি শ্ৰদ্ধাঞ্জলি
334 শ্ৰেনী শ্ৰেণী
335 ষ্পষ্ট স্পষ্ট
336 ষ্পৰ্শ স্পৰ্শ
337 ষ্পৰ্শকাতৰ স্পৰ্শকাতৰ
338 সঁজুলী সঁজুলি
339 সংকুচ সংকোচ
340 সংকেট সংকেত
341 সংঘাট সংঘাত
342 সকিয়া সকীয়া
343 সচা সঁচা
344 সজুঁলি সঁজুলি
345 সজ্ঞা সংজ্ঞা
346 সন্মূখ সন্মুখ
347 সন্মূখীন সন্মুখীন
348 সমিচিন সমীচীন
349 সমিটি সমিটি
350 সমীচিন সমীচীন
351 সমুহ সমূহ
352 সম্ভাবনা সম্ভাৱনা
353 সাঁজু সাঁজো
354 সাংঘাটিক সাংঘাতিক
355 সাঙুৰ সাঙোৰ্
356 সাদৰেৰে সাদৰে
357 সাধাৰন সাধাৰণ
358 সাহাৰ্য্য সাহায্য
359 সাৰদীয় শাৰদীয়
360 সিঁচৰিত সিঁচৰতি
Sl. No. Incorrect Correct
361 সিংহিনী সিংহী
362 সুক্ষ্ম সূক্ষ্ম
363 সুখি সুখী
364 সুতা সূতা
365 সুত্ৰ সূত্ৰ
366 সুৰুজ সূৰুয
367 সূৰুজ সূৰুয
368 সেন্দুৰ সেন্দূৰ
369 স্থবীৰ স্থবিৰ
370 স্থায়ীত্ব স্থায়িত্ব
371 স্নাকোত্তৰ স্নাতকোত্তৰ
372 স্ৰজন সৃজন
373 সৰ্মথন সমৰ্থন
374 সৱিশেষ সবিশেষ
375 হতাশাগ্ৰস্থ হতাশাগ্ৰস্ত
376 হপ্টাহ সপ্তাহ
377 হাজৰীকা হাজৰিকা
378 হাতাহাতি হতাহতি
379 হালধী হালধি
380 হাহঁ হাঁহ
381 হিন্দুস্থান হিন্দুস্তান
382 হুমনিয়া হুমুনিয়া
383 হুলস্থুল হুলস্থূল
384 হয়তু হয়তো
385 ৰঙ ৰং
386 ৰসহ্য ৰহস্য
387 ৰস্মি ৰশ্মি
388 ৰুছি ৰুচি
389 ৰেদিঅ' ৰেডিঅ’