অচল (Assamese) [ Roman: o.sol]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-01-25
    1. (Proper Adj.-Common) no longer in use or no longer useful বৰ্তমান ব্যৱহাৰ নোহোৱা হৈ যোৱা৷

    Example Sentences:

    1. যন্ত্ৰ-পাতি খিনি পুৰণি আৰু অচল।
    Contributed by: Biraj Kumar Kakati on 2008-02-05
    2. (Proper Adj.-Neuter) Something that is motionless or can not be moved from its place. যি চলনশীল নহয় বা যিটোক তাৰ স্থানৰ পৰা লৰচৰ কৰিব নোৱাৰি।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
    3. GeologyGeography(Material Noun-Neuter) Large natural elevation of the ground that are bigger than hills পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই