কথন (Assamese) [ Roman: ko.thon]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
    1. (Abstract Noun) series of sound generated by human from the mouth to communicate with each other. আনৰ সৈতে মত বিনিময় কৰিবলৈ মানুহে মুখেৰে সৃষ্টি কৰা শব্দৰ লানি।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-16
    2. (Verbal Noun) the act, utterance, or discourse of a person who speaks কোনো ব্যক্তিয়ে মুখেৰে কথা উচ্চাৰণ কৰা কাৰ্য্য