বচন (Assamese) [ Roman: bo.son]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
    1. (Abstract Noun) series of sound generated by human from the mouth to communicate with each other. আনৰ সৈতে মত বিনিময় কৰিবলৈ মানুহে মুখেৰে সৃষ্টি কৰা শব্দৰ লানি।
    Contributed by: Bikram M Baruah on 2007-08-02
    2. (Abstract Noun) Short witty quotes in circulation for ages which are held to embody a wise general truth. কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি|
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-10-29
    3. Drama(Common Noun-Neuter) the conversation between characters in a novel, drama, etc. নাটক, উপন্যাস আদিত দুই চৰিত্ৰৰ মাজত হোৱা কথা-বতৰা
    English:
    Meeteilon:

    Example Sentences:

    1. তেওঁ ভাওনাৰ বচন মুখস্হ কৰি আছে।